Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep_456_Chandrayaan three and Two.
    ##সফলতাৰে ৪০ দিনৰ পিচত ২৩আগষ্টৰ সন্ধিয়া ৬.০৪ মিনিটত চন্দ্ৰপৃষ্টৰ দক্ষিণ মেৰুত অবতৰণ কৰিলে চন্দ্ৰযান ৩ ।
    চন্দ্ৰত চফত লেণ্ডিংৰ বাবে চন্দ্ৰ যানৰ ভিতৰত আছে প্ৰজ্ঞা নামৰ ৰ'ডাৰ লেণ্ডিং
    সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই যান
    সফল অবতৰণ কৰিবলৈ আগতীয়া কম্পিউটাৰ প্ৰগ্ৰেমিং কৰি পঠিয়াছে ভাৰতৰ মহাকাশ বিজ্ঞান সংস্থা ইছৰ'য়ে
    ইয়াৰ আগতে চন্দ্ৰযান২
    ভাৰতে প্ৰেৰণ কৰিছিল ২০১৯ চনৰ ২২ জুলাইত ।
    তাৰ পিছত ৬চেপ্তেম্বৰত চন্দ্ৰত অবতৰণ কৰিবলৈ গৈ ভাগি পৰিছিল চন্দ্ৰযান২ৰ লেণ্ডাৰ ।
    চন্দ্ৰ যানৰ বাবে চন্দ্ৰত প্ৰদক্ষিণ কৰি আছে অবিটাৰে ।
    অবিটাৰ __ চন্দ্ৰযান২ প্ৰেৰণ কৰা সময়ৰ পৰা মহাকাশত
    অবিটাৰ ঘুৰি আছে।
    অবিটাৰৰ আয়ুস ৭বছৰ ৬মাহ সিমান দিনহে ই ঘুৰি থাকিব মহাকাশত।
    অবিটাৰ আৰু ৩ বছৰ ১১ মাহ চন্দ্ৰক প্ৰদক্ষিণ কৰি থাকিব
    ২৩৭৯ কিলোগ্ৰাম ওজনৰ অবিটাৰ চন্দ্ৰক ১০০ কিলোমিটাৰ নিলগেৰে প্ৰদক্ষিণ কৰি আছে ।
    আৰু ই এসময়ত নিস্ক্ৰীয় হৈ যাব কাৰণ ইয়াক ঘুৰাই আনিব নোৱাৰে ।
    2 min
  • Ep_448_Assamese Film Songs
    1_Film Aparupa Artist Usha Mangeskar💐2 Film Aronya By Aratimukharjee 💐3 Film _Bowari By Mohananda Majindar Baruah💐4__Film Dr. Bezbaruah by Dipen Baruah💐5 Film Mainajan. by Khagen Mahanta
    ALF
    17 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.