Sign up to save your podcasts
Or

Ep 632 মন্ত্ৰ সাহিত্যৰ অবদান ডা: জয়ন্ত মাধৱ তামুলী ।
Ep 630 Interview with freedom fighter Bhaskar Vallab Deka
Interview with Artist Durnna Bhuyan by kiran Chandra Nath
বিষয়-- চক্ৰ কৰতী
(বৰকৰতী মন্ত্ৰৰ চতুৰ্থ মন্ত্ৰ।
এই মন্ত্ৰ পাঠ কৰি পৰিয়ালৰ লোক সকলে গা ধুব মাজে সময়ে।
বিহলঙনীৰে জাৰিব পাৰিব
নিয়ম
👍শনিবাৰৰ আৰু মংগল বাৰ হব লাগে ।
👍সাত ঘাটৰ পানী আনিব আবেলি সময়ত আগ দিনা ।
👍 নদী হ'লে সাত ঠাইৰ পৰা পানী আনিব।
👍 এটা টেকেলিত সাত ঘাটিৰ পানী দি নিয়ম কৰি ভাল ঠাইত বা গোঁসাই ঘৰত ৰাখিব। 👍 পানী কটাৰ সময় আগ বেলা শনিবাৰে মংগল বাৰে ।
👍 তিনিআলি বা ঘৰৰ বাহিৰেত এখন পিৰাত বহিবলৈ দি মূৰত এখন চালনী দি পানী ঢ়ালি দিব আৰু অলপ খাব ।
বিষয়-- জল কৰতী
(বৰকৰতী মন্ত্ৰৰ ষষ্ঠ মন্ত্ৰ।
এই মন্ত্ৰ পাঠ কৰি পৰিয়ালৰ লোক সকলে গা ধুব মাজে সময়ে।
নিয়ম
👍শনিবাৰৰ আৰু মংগল বাৰ হব লাগে ।
👍সাত ঘাটৰ পানী আনিব আবেলি সময়ত আগ দিনা ।
👍 নদী হ'লে সাত ঠাইৰ পৰা পানী আনিব।
👍 এটা টেকেলিত সাত ঘাটিৰ পানী দি নিয়ম কৰি ভাল ঠাইত বা গোঁসাই ঘৰত ৰাখিব। 👍 পানী কটাৰ সময় আগ বেলা শনিবাৰে মংগল বাৰে ।
👍 তিনিআলি বা ঘৰৰ বাহিৰেত এখন পিৰাত বহিবলৈ দি মূৰত এখন চালনী দি পানী ঢ়ালি দিব আৰু অলপ খাব ।
যি সকলৰ গা বেয়া হৈ থাকে । বিভিন্ন বাধা থাকে সেই সকলে পানী কাটি গা ধুই থাকিব ।
পানী কটাৰ আগতে মন্ত্ৰ টো শুনি ল'ব। তাত উল্লেখ কৰা ধৰনে অমুকাৰ বুলি কওতে নামটো মুখেৰে ক'ব। যি জনে মন্ত্ৰ বজাব তেওঁ পানী ভাগত তিনিবাৰ উল্লেখ কৰা ধৰনে ফু মাৰিব তিনিবাৰ ।
ফটোত দেখাৰ ধৰনে বস্ত্ৰ পিন্ধিব ।
অৰিহনা দিব মাননি ।
কৃষ্ণ । কৃষ্ণ। কৃষ্ণ।
Ep 635 Interview with Women self employe by kiran Chandra nath
Ep 625 Int With Tapan Dey on Youga Day by kiran Chandra Nath
Interview with School Chaild
And his Songs By kiran Chandra Nath
20/06/25
From the publisher's feed