Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep_55_Borgeet (বৰগীত) শিল্পী নিকুঞ্জলতা মহন্ত Collection)
    বৰগীত
    *******অধ্যাত্মিক ভাব,উপযোগী মাৰ্জিত ভাষা আৰু স্বৰ্গীয় ৰাগ থকা প্ৰাচীন গীতক আমি বৰগীত বোলো । পোন প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে এই বৰগীত ৰচনা কৰে । তেৰাৰ পাচত শ্ৰী শ্ৰী মাধৱদেৱ,যদুমনি দেৱ,লক্ষিকান্ত আতা, আদিয়ে বহুটো বৰগীত ৰচনা কৰি গৈছে । বৰগীত উচাঙ্গ প্ৰাৰ্থনা সংগীত ।
    24 min
  • Ep_54_Borgeet (বৰগীত) বিভিন্ন শিল্পীৰ কন্ঠৰ(Collection) Bivinna silpir kanthat
    বৰগীত
    *******অধ্যাত্মিক ভাব,উপযোগী মাৰ্জিত ভাষা আৰু স্বৰ্গীয় ৰাগ থকা প্ৰাচীন গীতক আমি বৰগীত বোলো । পোন প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে এই বৰগীত ৰচনা কৰে । তেৰাৰ পাচত শ্ৰী শ্ৰী মাধৱদেৱ,যদুমনি দেৱ,লক্ষিকান্ত আতা, আদিয়ে বহুটো বৰগীত ৰচনা কৰি গৈছে । বৰগীত উচাঙ্গ প্ৰাৰ্থনা সংগীত ।Borgeet Adhyatmik bhab Upajugi Marjita bhasa aru swargiya Rag thaka prasin gitak aami borgeet bulu .Pun prathame Shrimanta sankardeve biggest Rasana korisil Terra pasat Sri Sri Madhav Dev Jadumoni Dev Lakhikanta Aata Acute Bahutu borgeet rasana kori goise .Borgeetak ussanga parthana Sangeet
    28 min
  • Ep_53_Borgeet (বৰগীত) Artist Rupali Devi(Collection)
    । অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত (ইংৰাজী: Borgeet) বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰবৰ্তী কালত তেওঁলোকৰ শিষ্য সকলে গীতসমূহক "বৰগীত" হিচাপে নামকৰণ কৰিছিল।  বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক noble numbers, কালিৰাম মেধিয়ে great songs বা songs celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই holy songs আখ্যা দিছে।
    ক্ষিপ্ৰ তথ্য বৰগীত, শৈলীগত উৎপত্তি ...
    14 min
  • Ep_50_Borgeet (বৰগীত) বিৰহে আকুল গোপি ***ৰচনা মাধৱ দেৱ শিল্পী প্ৰভাত শৰ্মা আৰু সংগীতা দাস ।
    বৰগীত
    *******অধ্যাত্মিক ভাব,উপযোগী মাৰ্জিত ভাষা আৰু স্বৰ্গীয় ৰাগ থকা প্ৰাচীন গীতক আমি বৰগীত বোলো । পোন প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে এই বৰগীত ৰচনা কৰে । তেৰাৰ পাচত শ্ৰী শ্ৰী মাধৱদেৱ, যদুমনি দেৱ ,লক্ষিকান্ত আতা, আদিয়ে বহুটো বৰগীত ৰচনা কৰি গৈছে । বৰগীত উচাঙ্গ প্ৰাৰ্থনা সংগীত .Ep_50_Borgeet (বৰগীত) বিৰহে আকুল গোপি ***ৰচনা মাধৱ দেৱ শিল্পী প্ৰভাত শৰ্মা আৰু সংগীতা দাস ।
    5 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.