Assamese News Bulletin

Assamese News Bulletin

Download on the App Store

Assamese News Bulletin episodes

  • October 13, 2020 Morning Assamese News Bulletin
    হাথৰছ ধৰ্ষণকাণ্ড: ২ নৱেম্বৰত পৰৰ্ৱতী শুনানি
    দিৱন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
    অসমত কোভিড ১৯ৰ শেহতীয়া খৱৰ
    5 min
  • October 12, 2020 Evening Assamese News Bulletin
    ডা০ দেবেন দত্ত হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান
    বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নতুন প্ৰস্তাৱ
    যুক্তৰাষ্ট্ৰই ধোঁৱা বোমাৰে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ভাৰতক : চীন
    5 min
  • October 12, 2020 Afternoon Assamese News Bulletin
    ভাৰতে কৰা কামক লৈ চিন্তাত চীন - পাকিস্তান
    বিশিষ্ট অভিনেতা সৌমিত্র চেটাৰ্জিৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক
    মুখ্য সচিবৰ ভাতৃক চি আই ডিৰ তলব
    5 min
  • October 12, 2020 Morning Assamese News Bulletin
    ৰিয়ান পৰাগৰ চমক, খেলপথাৰতে নাছিলে বিহু
    অসমত কৰোণাৰ শেহতীয়া খৱৰ
    নীলা পানী হ্ৰদত শোকাবহ ঘটনা
    4 min
  • October 11, 2020 Evening Assamese News Bulletin'
    হাথৰছ ঘটনাৰ তদন্ত কৰিব চি বি আইয়ে
    সোমবাৰৰ পৰা বগীবিল দলঙেৰে চলিব ৰাজধানী এক্সপ্ৰেছ
    অসমৰ দীর্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
    5 min
  • October 11, 2020 Morning Assamese News Bulletin
    অসমত কৰোণা আক্রান্তৰ সংখ্যা ১৯৩৩৮৭ জনলৈ বৃদ্ধি
    ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী
    এতিয়াৰে পৰা কামাখ্যা মন্দিৰ প্ৰদক্ষিণ কৰিব পাৰিব ভক্তই
    4 min
  • October 10, 2020 Morning Assamese News Bulletin
    পাকিস্তানতো বন্ধ হ'ল টিকটক
    অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া বাতিল
    কৰোণা ভাইৰাছক লৈ চীনৰ অদ্ভূত যুক্তি
    4 min
  • October 09, 2020 Evening Assamese News Bulletin
    শান্তিৰ নৱেল বঁটা ঘোষণা
    ফিনলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী এগৰাকী ১৬ বছৰীয়া যুৱতী
    মহামাৰীৰ সময়ত জীৱন ৰক্ষকৰ ভূমিকাৰে ডাকসেৱা
    6 min

About Assamese News Bulletin

From the publisher's feed

Earshot - India's first news and non-news audio-streaming platform. Listen to the daily podcasts in Hindi, English, Bengali, Assamese, and Bhojpuri. You're round the clock news bulletin for your daily…