বিচিত্ৰ অসমীয়া খবৰ

ভূপেনদা: মই যিদৰে জানিছিলো


Listen Later

কলম্বিয়াৰ চিৰিয়াখানাত অসমৰ এটা গঁড়ক কি কৈছিল ভূপেনদাই ? কিয় গামোছা বিক্ৰী কৰি জীৱিকা নিৰ্বাহৰ কথা কৈছিল সুধাকন্ঠই? অসম আন্দোলনৰ সময়ত কিয় শোভাযাত্ৰা উলিয়াইছিল তেওঁ? ইয়েৰশ্বটৰ সতে আছুতীয়া সাক্ষাৎকাৰত এই সকলোবোৰ কলে একালৰ ঘনিষ্ঠ সহযোগী, গীতিকাৰ ছত্ৰধৰ দাসে।
...more
View all episodesView all episodes
Download on the App Store

বিচিত্ৰ অসমীয়া খবৰBy Earshot