Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
FAQs about বিচিত্ৰ অসমীয়া খবৰ:How many episodes does বিচিত্ৰ অসমীয়া খবৰ have?The podcast currently has 16 episodes available.
May 20, 2022ৰাষ্ট্ৰীয় সুৰক্ষাত ভোটঅসমৰ ভোট জলকীয়া কিদৰে কাশ্মীৰত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে তাৰ শিহৰণকাৰী কাহিনী...more12minPlay
May 20, 2022তামূলপুৰত ডাইনী হত্যাডাইনী সন্দেহত সংঘটিত হত্যাকাণ্ডৰ শেহতীয়া বলি বীৰেন বড়ো। মৃত্যুৰ পূৰ্বে কি কৈ গৈছিল তেওঁ...more10minPlay
May 20, 2022ভূপেনদা: মই যিদৰে জানিছিলোকলম্বিয়াৰ চিৰিয়াখানাত অসমৰ এটা গঁড়ক কি কৈছিল ভূপেনদাই ? কিয় গামোছা বিক্ৰী কৰি জীৱিকা নিৰ্বাহৰ কথা কৈছিল সুধাকন্ঠই? অসম আন্দোলনৰ সময়ত কিয় শোভাযাত্ৰা উলিয়াইছিল তেওঁ? ইয়েৰশ্বটৰ সতে আছুতীয়া সাক্ষাৎকাৰত এই সকলোবোৰ কলে একালৰ ঘনিষ্ঠ সহযোগী, গীতিকাৰ ছত্ৰধৰ দাসে।...more38minPlay
May 20, 2022৫০জনৰ ভাষাকিদৰে অসমৰ তিনিচুকীয়া জিলাৰ টাই-খামিয়া্ঙসকলে মৃতপ্ৰায় ভাষা জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰিছে।...more12minPlay
May 20, 2022নতুন ৰূপত দিগন্ত ভাৰতীজুবিন গাৰ্গৰ সতে মনোমালিন্য হৈছিল নেকি দিগন্ত ভাৰতীৰ ? নলবাৰীয়া দোৱানত কি ক'লে তেওঁ? অসমৰ ৰেপ সংস্কৃতিৰ বিষয়ে কি মন্তব্য তেওঁৰ ? জানিবৰ বাবে শুনক এই সাক্ষাৎকাৰ।...more40minPlay
May 20, 2022১ লাখ নিযুক্তি: কি কলে শ্ৰম মন্ত্ৰীয়েচাহ জনগোষ্ঠীৰ জনজাতিকৰনৰ পৰা আৰম্ভ কৰি চৰকাৰী নিযুক্তিলৈকে-সকলো দিশ সামৰি চাহ জনজাতি আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ সতে সাক্ষাৎকাৰ...more10minPlay
May 20, 2022বাগদাদী নাছিল আজান পীৰএখন কিতাপে আজান পীৰ চাহেবৰ সন্দৰ্ভত সকলো ধাৰণা ওলট পালট কৰি দিছে। কিন্তু কি আছে এই কিতাপখনত ? কেনেকৈ উদ্ধাৰ হ'ল এই কিতাপ? জানিবৰ বাবে শুনক এই পডকাষ্ট।...more6minPlay
May 20, 2022কেৱলীয়া ভকতৰ দুখমাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সতে সাক্ষাৎকাৰ...more42minPlay
May 20, 2022কিয় ব্যৰ্থ হয় অসমীয়া জাতীয়তাবাদঅসমীয়া জাতীয়তাবাদৰ ব্যৰ্থতা সম্পৰ্কত কি কয় নব প্ৰজন্মই?...more35minPlay
May 20, 2022অসম আন্দোলনৰ সংগ্ৰামী ৰাতুল হাজৰিকাৰ সাক্ষাৎকাৰকোন জয়ী হ'ব তিতাবৰত? কি কয় জাতীয়তাবাদী শিবিৰে...more22minPlay
FAQs about বিচিত্ৰ অসমীয়া খবৰ:How many episodes does বিচিত্ৰ অসমীয়া খবৰ have?The podcast currently has 16 episodes available.