- Dalu folk song -Artist Binati Dalu
দালু সকল হোজাই জিলাৰ ডেৰাপথাৰত বাস কৰাৰ উপৰিও অসমৰ বিভিন্ন ঠাইত বাস কৰে । অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰেই এইসকলৰ নিজা কৃষ্টি আছে সাজপাৰ নিজে বৈ পিন্ধে মহিলা সকলে । ৰঙা ৰঙৰ বেছি পছন্দ কৰে মহিলা সকলে । পুৰুষৰো নিজা সাজ পোচাক আছে ।
তেখেত সকলৰ এটি মাছ ধৰা গীত এইটো ।