Assamese life and Culture. kiran Chandra Nath Assam India

Assamese life and Culture. kiran Chandra Nath Assam India

By Kiran Chandra NathSociety & Culture
Download on the App Store

Assamese life and Culture. kiran Chandra Nath Assam India episodes

  • Ep_511_অসমীয়া বোলছবি চামেলি মেমচাহাবৰ গীত
    Ep_511_অসমীয়া বোলছবি চামেলি মেমচাহাবৰ
    গীত১ *অসম দেশৰ বাগিচাৰে* / ঊষা
    মঙ্গেষকাৰ আৰু ভূপেন হাজৰিকা
    ২ অ *বিদেশী বন্ধু ভুপেন হাজৰিকা*
    ৩ *জাগিজা গিজাও* ঊষা মঙ্গেষকাৰ
    ৪ *অ আ ক খ* ঊষা মঙ্গেষকাৰ
    15 min
  • Ep_510_নগাঁৱত অনুষ্ঠিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ দৰ্শকৰ সাক্ষাৎকাৰ
    _নগাঁৱত অনুষ্ঠিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ ,দৰ্শকৰ আৰু ধিং ক্ৰীড়া সন্থাৰ সম্পিদক বলিন মেধাৱীৰ সাক্ষাৎকাৰ ।
    💐সাক্ষাৎ গ্ৰহণ কিৰণ চন্দ্ৰ নাথৰ💐
    34 min
  • Ep_509_নগাঁৱত অনুষ্ঠিত হোৱা ৭৫ সংখ্যক স্বাধীনতা দিৱস কাপ ফুট বল প্ৰতিযোগিতাৰ এক প্ৰতিবেদন ।
    ৭৫ বছৰত ভৰি দিলে নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খনে ।
    অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ অন্যতম পুৰণি নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা ।
    চলিত বৰ্ষৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা খন ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব ।
    যোৱা শুক্ৰবাৰে এই কথা ঘোষনা কৰে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ।
    বৰ্তমানলৈকে ১৫টা দলৰ অংশগ্ৰহন নিশ্চত কৰিছে
    দলে । কলিকতাৰ ইষ্ট বেংগল ফুটবল ক্লাব ।চত্তিচগড়ৰ শ্বেৰ এফ চি, কেৰেলাৰ লুকা ছ''কাৰ ক্লাব ,
    দিল্লী পুলিচ, চেন্নাই , আইটি এফচি, শ্বিলঙৰ পি এফ আৰ এফ চি একাডেমী , নৰ্থ ইষ্ট ইউনাইটেড এফ চি , কাছাৰৰ লেনৰুল ফুটবল ক্লাব , দুলীয়াযানৰ অইল ইণ্ডিয়া এফ চি কোকৰাঝাৰৰ গ্লবেল এফ চি ওডালগুৰি স্পৰ্টিং এফ চি ,
    গুৱাহাটীৰ এ এছ ই বি স্পৰ্ট্ছ ক্লাব নগাঁও । নগাঁও প্ৰথম ডিভিজন লীগ চেম্পিয়ন দল আৰু নগাঁও ক্ৰীড়া সন্থা একাদশ আদি মুঠ ১৫টা দল ।
    এই প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি পীয়ূষ হাজৰিকা মূখ্য অতিথি নন্দিতা গাৰ্লোছা অৰ্জন বটা বিজয়ী হিমা দাস বিশিষ্ট অতিথিৰুপে উপষ্ঠিত থাকিব ।
    এই বাৰ কেইবাখনো খেল ধিং আৰু কামপুৰত অনুষ্ঠিত হ'ব ।
    এই বিষয়ৰ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান
    আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে
    চেয়াৰ আৰু চাবচক্ৰাইব কৰিব ।
    24 min
  • Ep_608_জোঙাল বলহু ৰজাৰ বিষয়ে যুগুত কৰা গীত শিল্পী বিদ্যুৎ বিকাশ সেনাপতি ।
    জোঙাল বলহু , Jungal Balahu ১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল।
    ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল। তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল।
    জোঙাল বলহু গড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।জোঙাল বলহুৰ প্ৰতিমূৰ্তি।
    প্ৰাৰম্ভিক জীৱন
    ১৪১৫-১৪৪০ চনত জোঙাল বলহু মৃগংক নামেৰেও পৰিচিত আছিল। তেওঁ ১৩৬৫-১৩৮৫ চনৰ কামতা ৰাজ্যৰ গংগাৱতী আৰু অৰিমত্তৰ পুত্ৰ। বড়ো-ভূঞাৰ শাসন কালত চন্দ্ৰপ্ৰভা/খোঞ্চৰী আৰু প্ৰতাপ সিংহ/মায়ামত্তৰ পুত্ৰ আছিল। এই কথা দেও লাংখুই গ্ৰন্থত বৰ্ণনা কৰা হৈছে। ১৩০৫-১৩২৫ চনত প্ৰতাপ সিংহ/প্ৰতাপ ধ্বজ আহোম বংশৰ পৰা কামতা ৰাজ্যৰ শাসক আছিল।
    তেওঁ অসমৰ ৰহাৰ ওচৰৰ ছহৰীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
    কমতা ৰাজ্যৰ শেষৰজন ৰজা তেওঁৰ ৰাজধানী নগাঁও জিলাৰ মৌজাত আছিল। নগাঁৱৰ ৰহাৰ ওচৰত জোঙাল বলহুৰ গড় নামে এটি পুৰণি গড় এতিয়াও দেখিবলৈ পোৱা যায়। জোঙাল বলহুৰ ৰাজ্যৰ ওচৰত তিৱা কছাৰী বিলাকৰ ৰাজ্য আছিল। সেয়ে কছাৰী সকলৰ লগত তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল। এনে এখন কাজিয়াতে তেওঁৰ মৃত্যু হৈছিল।
    জোঙাল বলহুৰ নামৰ লগত নগাঁও জিলাৰ কেইবাখনো ঠাইৰ নাম জড়িত হৈ আছে। কছাৰীৰ লগত কোনো এখন যুঁজত হাৰি এওঁ পলাই গৈছিল। পলাই যাওঁতে কলঙৰ পাৰৰ ৰহাত জঙ্গল বলাহু পানী পিবলৈ ‘বহিছিল’ অৰ্থাৎ জিৰাইছিল, পানীৰে ভটিয়াই যাওঁতে হেনো জাগীৰ ওচৰত ‘জাগিছিল’, অৰ্থাৎ পানীৰ পৰা তীৰত উঠিছিল। অৱশেষত কাজলি মুখত হেনো কাজলি বাঁহৰ কাঁড়ৰ আঘাতত তেওঁ মৃত্যুবৰণ কৰে। আন কিছুমানৰ মতে, আৰিমত্তৰ ৰাজ্য আক্ৰমণ কৰি আৰিমত্তক বধ কৰাৰ পিছত হেনো আৰিমত্তৰে আন এজন পুতেক ৰত্নসিংহৰ হাতত জোঙাল বলহুৰ মৃত্যু হয়।নগাওঁ জিলাত জোঙাল বলহুক লৈ বুঢ়া মেথাসকলৰ মাজত এটি গীত শুনিবলৈ পোৱা যায়। গীতটি দীঘলীয়া। কালৰ বুকুত হেৰাই যাবলৈ ধৰা গীতটি লোকসংস্কৃতিৰ অনুসন্ধানকাৰী ৰুদ্ৰ ডেকাই সংগ্ৰহ কৰি ১৯৮০ চনৰ অসম সাহিত্য সভাৰ সপ্তচত্বাৰিংশ ৰহা অধিবেশনৰ স্মৃতি গ্ৰন্থ "ৰহাৰ ৰহদৈ"ত স্থান দিছিল। তেখেত ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ "নিখিল ভাৰত শিপিনী সঙ্ঘ"ৰ কৰ্মী হিচাপে ধৰমতুল,জাগি,মায়ং আদি অঞ্চলবোৰ ঘূৰি ফুৰুতে গঞাৰ মুখৰ পৰা জোঙাল বলহুৰ বিষয়ে অনেক ফকৰা যোজনা আৰু এই গীতটো সংগ্ৰহ কৰিছিল। গীতটো সাত খলপিয়া গড় বান্ধি ৰাজত্ব কৰা জোঙালৰ বিৰত্বৰ কথাৰে আৰম্ভ হৈ জোঙালৰ মৃত্যৰ কৰুণ কাহিনীৰে সমাপ্ত হৈছে।
    11 min
  • Ep_506_Durga Bandona
    অনুষ্ঠান
    Track1 _দুৰ্গা বন্দনা by Asha Bhosle Track 2 Chandi path Brendra kr phukan.
    please Subscrieb My podcast
    8 min

About Assamese life and Culture. kiran Chandra Nath Assam India

From the publisher's feed

Assamese Songs and Culture Talk.Interview.