Pritam Bora

Pritam Bora

Download on the App Store

Pritam Bora episodes

  • Haruki Murakami-ৰ গ্ৰন্থ "What I Talk About When I Talk About Running" পঢ়ি শিকা কথাবোৰ
    Haruki Murakami ৰ গ্ৰন্থ "What I Talk About When I Talk About Running" পঢ়ি শিকা কথাবোৰ এই video-টোত আলোচনা কৰা হৈছে। আপোনালোকে তেওঁৰ কি কি কিতাপ পঢ়িছে আৰু কেনেকৈ তাৰ পৰা উপকৃত হৈছে Comment বক্সত উল্লেখ কৰিব।
    গ্ৰন্থখন পঢ়ি মোৰ মনত সৃষ্টি হোৱা কথাবোৰ ইয়াত উল্লেখ কৰিলোঁ। আপোনাৰ নিজৰ অভিজ্ঞতা হয়তো বেলেগ হ'ব পাৰে। সেয়া জানিবলৈ পালে উপকৃত হ'ব পাৰিম।
    19 min
  • Richard Bach ৰ Jonathan Livingston Seagull
    Richard Bach ৰ Jonathan Livingston Seagull এখন সৰু অথচ গভীৰ গ্ৰন্থ। বিশেষকৈ জীৱনৰ সংগ্ৰামৰ সময়ছোৱাত সাহস দিব পাৰে এইখন গ্ৰন্থই। এই episode-টো সেই গ্ৰন্থৰ এক চমু পৰিচয়। এইটো মোৰ youtube Channel youtube.com/PritamBora ত uploadকৰা আছে ।
    7 min
  • LEARN FROM SPORTS || PART 2 || HUMILITY : EXPLAINED IN ASSAMESE ||
    খেলুৱৈসকলৰ পৰা শিকিব পৰা কথা বহুত আছে। IPL 2020 ৰ বতৰত তাত অংশ লোৱা খেলুৱৈসকলৰ পৰা কি কি শিকিব পাৰি সেয়াই এই‌ video ত কোৱাৰ চেষ্টা কৰিছোঁ। How can we learn humility from sportspersons?
    10 min
  • LEARN FROM SPORTS|| Part One || IPL 2020: ৰাহুল টেৱাতিয়াৰ ইনিংছটোৱে শিকাই যোৱা কথাবোৰ ||
    কিংছ ইলেভেন পঞ্জাৱ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ খেলখন আৰু ৰাহুল টেৱাতিয়াৰ ইনিংছটো । কি কি শিকিব পাৰি এই খেলখনৰ পৰা? The IPL match played between Kings XI Punjab and Rajasthan Royals is one of the best IPL matches. In this match ,Rahul Tewatia of royals played a remarkable innings ,defying all the odds that were not in favour of him. He became a hero after hitting 5 sixes in just an over . But he was struggling at first . His runs were lesser than the balls he played. Still he changed the result of the match in the end. Of course he was not the only one in the match who performed very well. But we was not expected to play the unbelievable innings. His story from this match is an inspiration to all of us.
    5 min
  • Dr. Jane Goodall
    জেন গ'ডাল এগৰাকী প্ৰখ্যাত primatologist. তেওঁৰ কৰ্মৰাজিৰ লগত সকলোকে চিনাকি কৰোৱাৰ বাবে এই episode-টো প্ৰস্তুত কৰা হৈছে।
    যিসময়ত primatology ৰ ক্ষেত্ৰখনত মহিলাৰ অংশগ্ৰহণ প্ৰায় নাছিল সেই সময়ত জেন গ'ডাল জড়িত হৈ আছিল আফ্ৰিকাৰ গ'ম্বেৰ চিম্পাঞ্জীবিলাকৰ অধ্যয়নৰ লগত। জেনৰ এই গৱেষণাতে বহু যুগান্তকাৰী আৱিষ্কাৰ হৈছিল। উল্লেখযোগ্য যে চিম্পাঞ্জী হৈছে মানুহৰ নিকটতম আত্মীয়। মানুহৰ লগত সিহঁতৰ জেনেতিক দিশৰ পৰা যথেষ্ট মিল আছে। Dr জেন বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি বন্যপ্ৰাণী তথা প্ৰকৃতিৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰি আহিছে।
    11 min
  • Anthropology( Explained in Assamese)
    Anthropology is the holistic study of human beings in time and space. It is an introductory video on this amazing discipline. As a student of Anthropology, I often get asked about my discipline. Most of the people don't even know what it is. Hope this would give them an idea about the discipline.
    13 min
  • Bhal,Beya aru Manuh
    জীৱজগতৰ বহুতো জীৱ জন্তুৱেই চিকাৰী যদিও সেই কাৰ্য সিহঁতৰ জীয়াই থকাৰ বাবে অপৰিহাৰ্য। আনহাতেদি মানুহৰ কথা সুকীয়া। মানুহৰ ভাল বেয়াৰ ধাৰণা আছে। তথাপিও পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ কামবোৰ মানুহেই কৰে কিয়?
    5 min

About Pritam Bora

From the publisher's feed

This is a bilingual (Assamese and English) podcast . The video versions of these episodes are available on my YouTube channel youtube.com/PritamBora .